চমুকৈ চালাতৰ উদ্দেশ্য:
(ছালাতৰ একমাত্ৰ উদ্দেশ্য হৈছে আমাৰ অন্তৰ্নিহিত লিপি (আল-কিতাব)ৰ সৈতে সংযোগ স্থাপন কৰা।)
১)-ছালাতৰ মূল উদ্দেশ্য হ'ল আমাৰ নিজৰ অন্তৰ্নিহিত লিপি(inherent script) (আল-কিতাব)ৰ সৈতে যোগাযোগ / সংযোগ যাতে আমি সফল হওঁ - (২:১-৫) আৰু সদায় আল-কিতাব (আমাৰ অন্তৰ্নিহিত লিপি) অনুসৰণ / আখৰা (zikr) কৰিব পাৰো, কাৰণ ই ভুল চিন্তা আৰু কৰ্ম ৰোধ কৰে।
আমাৰ অন্তৰ্নিহিত লিপি(Al-Kitab) অনুসৰণ কৰাটো আল্লাহক স্মৰণ কৰাৰ দৰেই(system of consciousness) আৰু সেয়া ছালাততকৈও ডাঙৰ(২৯:৪৫)। ছালাতৰ একমাত্ৰ উদ্দেশ্য হৈছে আমাৰ অন্তৰ্নিহিত লিপি (আল-কিতাব)ৰ সৈতে সংযোগ স্থাপন কৰা।
(২৯:৪৫
اتْلُ مَا أُوحِيَ إِلَيْكَ مِنَ الْكِتَابِ وَأَقِمِ الصَّلَاةَ ۖ إِنَّ الصَّلَاةَ تَنْهَىٰ عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ ۗ وَلَذِكْرُ اللَّهِ أَكْبَرُ ۗ وَاللَّهُ يَعْلَمُ مَا تَصْنَعُونَ
তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাৱত(follow through/অনুসৰণ কৰক) কৰা আৰু ছালাত কায়েম(aqimu = establish /rooted, solidified and ingrained/) কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।)
২)-আমি যেতিয়া আমাৰ আল-কিতাবৰ সৈতে যোগাযোগ / সংযোগ কৰো, আল্লাহৰ সৈতে আমাৰ অঙ্গীকাৰ(covenant) পূৰণ কৰো তেতিয়া আমাৰ মানসিক বৃদ্ধি (জাকাত) হয় (২:৪০-৪৫, ২:৮৩/অঙ্গীকাৰ)।
🌈(আয়াতবোৰ শেষৰ টোকাত চাওঁক)
৩)-যদি আমি আমাৰ কিতাপৰ সৈতে অহৰহ যোগাযোগ কৰোঁ(salat), তেন্তে আমি ধাৰ্মিক হৈ থাকিম আৰু আমাৰ আত্মা/নফছ্ক কেতিয়াও পাহৰিব নোৱাৰো (২:৪০-৪৫-see verses below.)
৪)-প্রকৃতপক্ষে আমাৰ নিজৰ লিপিৰ(আল-কিতাব) সৈতে যোগাযোগ/সংযোগ(salat) কৰাৰ প্ৰক্ৰিয়াটো খাছিনৰ/خَاشِعِينَ অবিহনে (অহংকাৰ নোহোৱাকৈ) কঠিন(২:৪৫)।
৫)-চালাতৰ প্ৰক্ৰিয়াটো অবিৰতভাৱে স্থায়ী হৈ থাকিব লাগে (৭০:২৩)
salatihimda-imoona is salat without break.
(৭০:২৩
الَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ دَائِمُونَ
যিসকলে নিজ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত,)।
৬)-আৱেগিক/অস্থিৰ চিন্তাধাৰা এৰাই চলক, কিয়নো ই যোগাযোগ/সংযোগ স্থাপনৰ প্ৰক্ৰিয়া (ছালাত)ত ব্যাঘাত জন্মায় আৰু মিলনমূলক কাৰ্য্য (re-conciliatory work) কৰিলে আপোনাৰ হেৰুৱা ছালাত পুনৰুদ্ধাৰ কৰিব পাৰি আৰু আমাক জান্নাত প্ৰৱেশ কৰাত সহায় কৰিব পাৰি (🌈১৯:৫৯-৬০)। ছালাত হৈছে আল-জান্নাহ (জ্ঞানৰ লুকাই থকা বাগিচা)ৰ সেতু।
courtesy: ahleaqal
___________________________________
___________________________________
🌈টোকাঃ
Traditional translation:
➡️২:৪০
يَا بَنِي إِسْرَائِيلَ اذْكُرُوا نِعْمَتِيَ الَّتِي أَنْعَمْتُ عَلَيْكُمْ وَأَوْفُوا بِعَهْدِي أُوفِ بِعَهْدِكُمْ وَإِيَّايَ فَارْهَبُونِ
হে ঈছৰাঈলৰ বংশধৰসকল! তোমালোকে মোৰ সেই অনুগ্ৰহসমূহৰ কথা স্মৰণ কৰা, যি অনুগ্ৰহ মই তোমালোকক প্ৰদান কৰিছিলো আৰু তোমালোকে মোৰ অঙ্গীকাৰ(see 2:83 below) পূৰণ কৰা তেনেহ’লে ময়ো তোমালোকৰ অঙ্গীকাৰ পূৰণ কৰিম । আৰু তোমালোকে কেৱল মোকেই ভয় কৰা।
✍️Correct translation:
2:40 O bani israel / those who construct their spiritual journey seeking guidance, izkuru / embody the divine fatherly support (masculine thoughts and emotions) of My nikmati / favour (life nourished well with knowledge) which I anaam / granted ease with elevated knowledge, upon you and fulfil with ahdi / covenant and I will fulfil your covenant, and farhabun / be devoted (only to Me).
.
➡️Traditional translation:
২:৪১
وَآمِنُوا بِمَا أَنْزَلْتُ مُصَدِّقًا لِمَا مَعَكُمْ وَلَا تَكُونُوا أَوَّلَ كَافِرٍ بِهِ ۖ وَلَا تَشْتَرُوا بِآيَاتِي ثَمَنًا قَلِيلًا وَإِيَّايَ فَاتَّقُونِ
আৰু মই যি অৱতীৰ্ণ কৰিছো তোমালোকে তাৰ প্ৰতি ঈমান আনা। এইটো তোমালোকৰ ওচৰত যি আছে তাৰ সত্যতা প্ৰমাণকাৰী। আৰু তোমালোকেই ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহ’বা আৰু তোমালোকে মোৰ আয়াতসমূহ সামান্য মূল্যত বিক্ৰী নকৰিবা । আৰু তোমালোকে কেৱল মোকেই ভয় কৰা।
✍️Correct translation:
2:41 And aaminu / take security with what I have revealed to musaddiqan / one who conformed to what is with you, and do not be the first to kafiri / reject with it and do not tashtaru / purchase with My ayaati / signs a small price, and fattaqun / be mindful of Me alone.
.
➡️Traditional translation:
২:৪২
وَلَا تَلْبِسُوا الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُوا الْحَقَّ وَأَنْتُمْ تَعْلَمُونَ
আৰু তোমালোকে সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা আৰু জানি-শুনি সত্য গোপন নকৰিবা।
✍️Correct translation:
2:42 And do not talbisu / wrap the haq / truth with the batili / falsehood, and you suppress / conceal the haq / truth and while you know.
.
➡️Traditional translation:
২:৪৩
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَارْكَعُوا مَعَ الرَّاكِعِينَ
আৰু তোমালোকে চালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে ৰুকুকাৰীসকলৰ লগত ৰুকু কৰা।
✍️Correct translation:
2:43 And aqimu / establish (rooted, solidified and ingrained) the salaat / connection (through which you experience His presence) and pursue the zakaah / mental development (growth) and warka'u / submit with those who are participating in raaki'un / submission.
.
➡️Traditional translation:
২:৪৪
۞ أَتَأْمُرُونَ النَّاسَ بِالْبِرِّ وَتَنْسَوْنَ أَنْفُسَكُمْ وَأَنْتُمْ تَتْلُونَ الْكِتَابَ ۚ أَفَلَا تَعْقِلُونَ
তোমালোকে মানুহক সত্কামৰ আদেশ দিয়া আৰু নিজকে পাহৰি যোৱা নেকি? অথচ তোমালোকে কিতাব অধ্যয়ন কৰা। তোমালোকে নুবুজা নেকি?
✍️Correct translation:
2:44 Do you ata'muru / continuously order an-nas / the agitated mind with the birri / truthfulness and tansau / abandon anfusakum / your souls, while you follow Al kitab / the inherent Script, do you not ta'qilun / comprehend?
.
➡️Traditional translation:
২:৪৫
وَاسْتَعِينُوا بِالصَّبْرِ وَالصَّلَاةِ ۚ وَإِنَّهَا لَكَبِيرَةٌ إِلَّا عَلَى الْخَاشِعِينَ
আৰু তোমালোকে ধৈৰ্য আৰু চালাতৰ দ্বাৰা সহায় প্ৰাৰ্থনা কৰা । নিশ্চয় বিনয়ীসকলৰ বাহিৰে আনৰ বাবে ই বৰ কঠিন কাম।
✍️Correct translation:
2.45 And seek help with the sobri / patience and the salaat / connections (through which you experience His presence) and that it truly is a great burdensome except upon the khoshi'in / humble submission (without ego and self-interest).
______
Covenant/অঙ্গীকাৰ:
✍️Correct translation:
2:83 And when We took a covenant of bani Israel / those who construct spiritual journey to seek guidance, that you do not ta'buduna / serve except Allah and ihsanan / (be) good with waalidain / two nourishers (parental support) and endowed (provide the best) with the qurba / close related (thoughts in related knowledge and wisdom) and the yatama / who has no support for guidance and the masakin / who are needy of guidance and say husnan / good deeds to an-nas / the agitated mind and establish (rooted and ingrained) connections (through which you experience His presence) and pursue zakah / mental growth and development then except few from you, you turn away avoiding it.
➡️Traditional translation:
২:৮৩
وَإِذْ أَخَذْنَا مِيثَاقَ بَنِي إِسْرَائِيلَ لَا تَعْبُدُونَ إِلَّا اللَّهَ وَبِالْوَالِدَيْنِ إِحْسَانًا وَذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَقُولُوا لِلنَّاسِ حُسْنًا وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ ثُمَّ تَوَلَّيْتُمْ إِلَّا قَلِيلًا مِنْكُمْ وَأَنْتُمْ مُعْرِضُونَ
আৰু স্মৰণ কৰা, যেতিয়া আমি ইছৰাঈলৰ সন্তানসকলৰ প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, পিতৃ-মাতৃ [1], আত্মীয়-স্বজন, এতীম আৰু মিছকীনৰ [2] (দৰিদ্ৰৰ) সৈতে সদায় সদ্ব্যৱহাৰ কৰিবা আৰু মানুহৰ লগত উত্তম কথা কবা [3] আৰু চালাত প্ৰতিষ্ঠা কৰিবা আৰু যাকাত প্ৰদান কৰিবা, তাৰ পিছত তোমালোকৰ কিছু সংখ্যক লোকৰ বাহিৰে [4] সকলোৱে অৱজ্ঞা কৰি মুখ ঘূৰাই লৈছিল।
_______
➡️Traditional translation:
১৯:৫৯
۞ فَخَلَفَ مِنْ بَعْدِهِمْ خَلْفٌ أَضَاعُوا الصَّلَاةَ وَاتَّبَعُوا الشَّهَوَاتِ ۖ فَسَوْفَ يَلْقَوْنَ غَيًّا
তেওঁলোকৰ পিছত আহিল অযোগ্য বংশধৰ, যিসকলে চালাত বিনষ্ট কৰিলে আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিলে। সেয়ে অচিৰেই সিহঁতে ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ’ব।
✍️Correct translation:
19.59 Then, khalafa / representation from after them khalfun / representors who adho'u / let it to waste the salaat / connections (through which you experience His presence), and followed shahawat / desires. Then soon they will meet ghaniyyan / a deviation.
.
➡️Traditional translation:
১৯:৬০
إِلَّا مَنْ تَابَ وَآمَنَ وَعَمِلَ صَالِحًا فَأُولَٰئِكَ يَدْخُلُونَ الْجَنَّةَ وَلَا يُظْلَمُونَ شَيْئًا
কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে তাওবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
✍️Correct translation:
19.60 Except for whoever repents and aamana / take security (in Al Kitab) and does solehan / deeds in reform; then they will be admitted to jannah / hidden valley of knowledge, and they will not be wronged shai'an / a thing
___________
courtesy/help ahleaqal.
arranged by Assamese Decoding Quran.
.
Facebook link: